Bank at Ease - Assamese

কল্পনা কৰক সেইটো বেংকিং যাৰ সুবিধা ল’ব পাৰি অনায়াসে, যি সহজে বোধগম্য আৰু যি সদায়ে ঢুকি পোৱা অৱস্থাত থাকে। উজ্জীৱনত আমি আপোনালৈ আনিছোঁ এনে এটা বেংকিং অভিজ্ঞতা যাৰ অভিকল্পনা কৰা হৈছে আপোনাৰ জীৱন বেছি সহজ, বেছি আৰামৰ আৰু বেছি সুবিধাজনক কৰি তুলিবলৈ! আমি বিশ্বাস কৰোঁ বেংকিং হ’ব লাগে অসুবিধামুক্ত, মানসিক চাপযুক্ত নহয়। সেইকাৰণতে আমি এনেকুৱা এখন পৃথিৱী গঢ়ি তুলিবলৈ উৎসৰ্গীকৃত য’ত আপুনি আপোনাৰ বিত্তায়ন ব্যৱস্থাপিত কৰিব পাৰে স্বাচ্ছন্দ্যৰে, আপোনাৰ নিজৰ ভাষাত, আৰু আপোনাৰ নিজা চৰ্ত্তত। সাজু হওক সেইটো বেংকিঙৰ অভিজ্ঞতা ল’বলৈ যিটো এজন বন্ধুৰ লগত গল্প-গুজব কৰাৰ দৰেই সহজ। য’ত প্ৰতিটো মত বিনিময় এক মৃদু মলয়াৰ দৰে, আৰু য’ত প্ৰতিটো সমাধান অনুকূলিত কৰা হয় আপোনাৰ প্ৰয়োজন অনুসাৰে। চমুকৈ ক’বলৈ গ’লে, বেংকিং যেনেকৈ মোৰ মৰ্জি! উজ্জীৱন-এ কৰে ইয়াক ইজি ইজি! .

বিকল্প আৰু সুবিধাৰ সৈতে আপুনি বিচৰা ধৰণেই বেংকিং কৰক।অধিক জানিবলৈ চাওক এইখন চলচ্চিত্ৰ:

ডিজিটেল ফিক্সড্ ডিপ’জিট

চকুৰ পচাৰতে খোলক যিকোনো সময়ত, যিকোনো ঠাইৰ পৰা

  • যিকোনো ছেভিংছ একাউণ্টৰ পৰা পুঁজি
  • আহৰণ কৰক সুদ 7.55%* পৰ্যন্ত আৰু 8.30%* পৰ্যন্ত জ্যেষ্ঠ নাগৰিকসকলৰ বাবে
  • তিনি মাহৰ মূৰে মূৰে বা ম্যাদপূৰ্ণতাত শকত অংকৰ সংদায়ৰ বিকল্প

ডিজিটেল ছেভিংছ একাউণ্ট

চকুৰ পচাৰতে খোলক ভিডিঅ’ KYC ৰ সৈতে

  • আদিৰ পৰা অন্তলৈ ডিজিটীয় যাত্ৰা
  • আহৰণ কৰক সুদ 7.15%* পৰ্যন্ত
  • শ্বপিং, ট্ৰেভেল আৰু ডাইনিঙত অফাৰ

ৱাটছএপ বেংকিং

কেৱল কওক ‘Hi’ বুলি এই নম্বৰত 900 208 2121

  • ঋণ আৰু EMI ৰ সবিশেষ
  • একাউণ্ট ষ্টেটমেণ্ট
  • ডেবিট কাৰ্ড সেৱা

স্মাৰ্ট ষ্টেটমেণ্ট

আপোনাৰ সমগ্ৰ বেংকিংসম্পৰ্কত এভুমূকি

  • আপোনাৰ সমগ্ৰ বেংকিং সম্পৰ্কৰ মত বিনিময়মূলক দৰ্শন
  • লেনদেনৰ অনুকূলিত সবিশেষ
  • সুদৰ হাৰ আৰু EMI ধনৰাশি গণনা কৰিবলৈ ষ্টিমুলেটৰ

ভিডিঅ’ আৰু ফোন বেংকিং

যিকোনো ঠাইৰ পৰা উপভোগ কৰক শাখাত পোৱাৰ দৰে সেৱা

  • 9 টা ভাষাত ভিডিঅ’ বেংকিং
  • উত্থাপন কৰক 450+ টা প্ৰশ্ন তথা সেৱাৰ অনুৰোধ
  • একাউণ্টত সালসলনি কৰক যিকোনো ঠাইৰ পৰা
  • 13 টা ভাষাত ফোন বেংকিং

ইণ্টাৰনেট, ম’বাইল বেংকিং আৰু UPI

যিকোনো ঠাইৰ পৰা বেংকিং

  • চকুৰ পচাৰতে বিল সংদায়ৰ সুবিধা
  • 9 টা ভাষাত ম’বাইল বেংকিং
  • পুঁজি হস্তান্তৰ আৰু একাউণ্ট সম্পৰ্কীয় সেৱাসমূহ

*T&C Apply

#WhyUjjivanSFB
  • States/UTs Served

    26

    States/UTs Served

  • Districts Covered

    326

    Districts Covered

  • Banking Touchpoints

    752

    Banking Touchpoints

  • Bankers at your service

    21,000+

    Bankers at your service

  • Million Customers

    9+

    Million Customers

*Data as on Sep 30, 2024.